অ
অংশকালীন – পূৰ্ণকালীন
অকপট – কপট
অকপটীয়া – কপটীয়া
অকৰণীয় – কৰণীয়
অকৰ্ম – কৰ্ম
অকৰ্মক – সকৰ্মক
অকৰ্মী – কৰ্মী
অকল – লগ
অকস্মাৎ – ক্ৰমে
অকাজী – কাজী
অকামিলা – কামিলা
অকাৰণ – কাৰণ
অকঠিন – কঠিন
অকথনীয় – কথনীয়
অকথিত – কথিত
অকথ্য – কথ্য
অকল্পনীয় – কল্পনীয়
অকল্যাণ – কল্যাণ
অক্লান্ত – ক্লান্ত
অক্লেশ – ক্লেশ
অক্ৰূৰ – ক্ৰূৰ
অকৃতকাৰ্য – কৃতকাৰ্য
অকৃতকাৰ্যতা – কৃতকাৰ্যতা
অকৃতজ্ঞ – কৃতজ্ঞ
অকৃতজ্ঞতা – কৃতজ্ঞতা
অকৃতঘ্ন – কৃতঘ্ন
অকৃত্ৰিম – কৃত্ৰিম
অকৃত্য – কৃত্য
অকৃপণ – কৃপণ
অকুমাৰ – কুমাৰ
অকীৰ্তি – কীৰ্তি
অখণ্ডনীয় – খণ্ডনীয়
অখণ্ডিত – খণ্ডিত
অখ্যাত – বিখ্যাত
অগভীৰ – গভীৰ / সুগভীৰ
অগৰ্বী – গৰ্বী
অগৰ্হিত – গৰ্হিত
অগ্ৰ – পশ্চাৎ / গুৰি
অগ্ৰগতি – পশ্চাৎগতি / অৱনতি
অগ্ৰগামী – পশ্চাদগামী
অগ্ৰজ – অনুজ
অগ্ৰসৰ – অনগ্ৰসৰ
অগ্ৰাহ্য – গ্ৰাহ্য
অংগচ্ছেদন – অংগসংস্থাপন
অচঞ্চল – চঞ্চল
অচল – সচল
অচৈতন্য – চৈতন্য
অচিনাকি – চিনাকি
অচিনাক্ত – চিনাক্ত
অচিন্তনীয় – চিন্তনীয়
অচিন্তিত – চিন্তিত
অচুম্বকীয় – চুম্বকীয়
অজলা – বুধিয়ক / টেঙৰ
অজৰ – মৰণশীল / মৃত্যুশীল
অজৈৱ – জৈৱ
অজীৰ্ণ – জীৰ্ণ
অজ্ঞ – বিজ্ঞ
অজ্ঞান – জ্ঞান / বোধ
অজ্ঞানী – জ্ঞানী / জ্ঞানৱন্ত
অজ্ঞেয় – জ্ঞেয়
অণু – বৃহৎ
অতল – তৰাং / বাম
অতীত – বৰ্তমান / ভৱিষ্যৎ
অতীৱ – সীমিত
অতৃপ্ত – তৃপ্ত
অতৃপ্তি – তৃপ্তি
অত্যধিক – অনধিক
অত্যুৎকৃষ্ট – নিকৃষ্ট / বেয়া
অত্যাৱশ্যকীয় – অনাৱশ্যকীয়
অতিবৃষ্টি – অনাবৃষ্টি
অতিক্ৰম – অনতিক্ৰম
অদগ্ধ – দগ্ধ
অদৰকাৰ – দৰকাৰ
অদৰকাৰী – দৰকাৰী
অদম্য – দম্য
অদাহ্য – দাহ্য
অদূৰদৰ্শী – দূৰদৰ্শী
অদূৰদৰ্শিতা – দূৰদৰ্শিতা
অদ্ৰৱণীয় – দ্ৰৱণীয়
অধঃ – ঊৰ্ধ্ব
অধম – উত্তম
অধমৰ্ণ – উত্তমৰ্ণ
অধমাংগ – উত্তমাংগ
অধিক – অল্প / কম
অধিকাৰ – অনধিকাৰ
অধোগতি – ঊৰ্ধ্বগতি
অধোগামী – ঊৰ্ধ্বগামী
অধোমুখ – ঊৰ্ধ্বমুখ
অধীন – স্বাধীন
অধ্যাপক – অধ্যায়ী / শিক্ষাৰ্থী
অধ্যৱসায় – এলাহ
অনটন – উভৈনদী / প্ৰাচুৰ্য
অনন্ত – শান্ত / সসীম
অনবদ্য – নিন্দনীয়
অনমনীয় – নমনীয়
অনভ্যস্ত – অভ্যস্ত
অনভ্যাস – অভ্যাস
অনভিজ্ঞ – অভিজ্ঞ
অনভিপ্ৰেত – অভিপ্ৰেত
অনৰ্থক – সাৰ্থক / সদৰ্থক
অনাহূত – আহূত
অনাদৰ – আদৰ
অনাদৃত – আদৃত
অনাদি – আদি
অনাদায় – আদায়
অনাচ্ছাদিত – আচ্ছাদিত
অনাড়ম্বৰ – আড়ম্বৰপূৰ্ণ
অনাবৃত – আবৃত
অনাবৃষ্টি – অতিবৃষ্টি
অনাসক্ত – আসক্ত
অনাসক্তি – আসক্তি
অনাস্থা – আস্থা
অনাৱশ্যক – আৱশ্যক
অনিচ্ছা – ইচ্ছা
অনিচ্ছুক – ইচ্ছুক
অনিষ্ট – ইষ্ট / হিত / উপকাৰ
অনিষ্টকাৰী – উপকাৰী
অনিৰ্বাণ – নিৰ্বাণ
অনিৰ্ণীত – নিৰ্ণীত
অনিৰ্দিষ্ট – নিৰ্দিষ্ট
অনিসন্ধানী – অনুসন্ধিৎসু
অনিয়ম – নিয়ম
অনিয়ন্ত্ৰণ – নিয়ন্ত্ৰণ
অনিয়ন্ত্ৰিত – নিয়ন্ত্ৰিত
অনিয়মিত – নিয়মিত
অনীহা – স্পৃহা
অনুগত – অবাধ্য
অনুগ্ৰহ – নিগ্ৰহ
অনুচিত – উচিত
অনুজ – অগ্ৰজ
অনুজ্ঞাত – নিষিদ্ধ
অনুদ্দিষ্ট – উদ্দিষ্ট
অনুদ্বিগ্ন – উদ্বিগ্ন
অনুদ্যত – উদ্যত
অনুদ্যমী – উদ্যমী
অনুপম – উপমেয়
অনুপযুক্ত – উপযুক্ত
অনুপলব্ধি – উপলব্ধি
অনুপস্থিত – উপস্থিত
অনুৰাগ – বিৰাগ
অনুৰূপ – বিৰূপ
অনুৰ্বৰ – উৰ্বৰ
অনুকৰণ – অননুকৰণ
অনুকূল – প্ৰতিকূল
অনুক্ত – উক্ত
অনুচ্চ – উচ্চ
অনুজ্জ্বল – উজ্জ্বল
অনুন্নতি – উন্নতি
অনুন্নত – উন্নত
অনুত্তীৰ্ণ – উত্তীৰ্ণ
অনুসৰ্গ – উপসৰ্গ
অনৈক্য – ঐক্য
অনৈতিক – নৈতিক
অনৈতিহাসিক – ঐতিহাসিক
অনৌচিত্য – ঔচিত্য
অন্ত – আদি / আৰম্ভ
অন্তৰ – বাহিৰ
অন্তৰ্গত – বহিৰ্গত
অন্তৰ্ভাগ – বহিৰ্ভাগ
অন্তৰ্ভুক্ত – বহিৰ্ভুক্ত
অন্তৰ্মুখী – বহিৰ্মুখী
অন্ধ – চাক্ষুষ / দৃষ্টিসম্পন্ন
অপকাৰ – উপকাৰ
অপকৰ্ষ – উৎকৃষ্ট / উৎকৰ্ষ
অপকৰ্ম – সুকৰ্ম
অপকেন্দ্ৰিক – অভিকেন্দ্ৰিক
অপচয় – সঞ্চয়
অপছন্দ – পছন্দ
অপঠিত – পঠিত
অপত্য – পোষ্য
অপথ্য – পথ্য
অপদস্থ – সমাদৃত
অপমান – মান / সন্মান
অপৰাজিত – পৰাজিত
অপৰাহ্ণ – পূৰ্বাহ্ণ
অপৰিপক্ক – পৰিপক্ক
অপৰিপুষ্ট – পৰিপুষ্ট
অপৰিপাটি – পৰিপাটি
অপৰিচিত – পৰিচিত
অপৰিষ্কাৰ – পৰিষ্কাৰ
অপৰিহাৰ্য – পৰিহাৰ্য
অপৰিসীম – সসীম
অপৰিশ্ৰমী – পৰিশ্ৰমী
অপৰিমিত – পৰিমিত
অপাৰ্থিৱ – পাৰ্থিৱ
অপাত্ৰ – পাত্ৰ
অপাঠ্য – পাঠ্য
অপৱিত্ৰ – পৱিত্ৰ
অপুষ্ট – পুষ্ট
অপুষ্টি – পুষ্টি
অপুত্ৰক – পুত্ৰক
অপুষ্পক – সপুষ্পক
অপূৰ্ণ – পূৰ্ণ
অপৈণত – পৈণত
অপ্ৰকৃত – প্ৰকৃত
অপ্ৰাকৃতিক – প্ৰাকৃতিক
অপ্ৰকাশ – প্ৰকাশ
অপ্ৰচলিত – প্ৰচলিত
অপ্ৰচেষ্টা – সুচেষ্টা
অপ্ৰধান – প্ৰধান
অপ্ৰমাদ – প্ৰমাদ
অপ্ৰয়োগ – প্ৰয়োগ
অপ্ৰৰোচিত – প্ৰৰোচিত
অপ্ৰাসঙ্গিক – প্ৰাসঙ্গিক
অপ্ৰশস্ত – প্ৰশস্ত
অবাধ্য – বাধ্য
অবাস্তৱ – বাস্তৱ
অবিবেচক – বিবেচক
অবিভক্ত – বিভক্ত
অবিচ্ছেদ্য – বিচ্ছেদ্য
অবিচলিত – বিচলিত
অবিশ্ৰান্ত – বিশ্ৰান্ত
অবিসম্বাদী – বিসম্বাদী
অবিদ্যমান – বিদ্যমান
অবিবাহিত – বিবাহিত
অবৈদিক – বৈদিক
অবৈতনিক – বৈতনিক
অব্যৰ্থ – ব্যৰ্থ
অব্যভিচাৰী – ব্যভিচাৰী
অব্যাহত – ব্যাহত
অবৈধ – বৈধ
অবোধ – সুবোধ
অভদ্ৰ – ভদ্ৰ
অভব্য – ভব্য
অভাৱ – উভৈনদী
অভিমানী – নিৰভিমানী
অভিশাপ – আশীৰ্বাদ
অভিজ্ঞ – অনভিজ্ঞ
অভেদ – ভেদ
অভেদ্য – ভেদ্য
অভ্ৰষ্ট – ভ্ৰষ্ট
অভ্যন্তৰ – বাহিৰ
অভ্যন্ত – অনভ্যন্ত
অমঙ্গল – মঙ্গল
অমত – মত
অমৰ – মৰণশীল
অমৰ্ত্য – মৰ্ত্য
অমাৰ্জিত – মাৰ্জিত
অমান্য – মান্য
অমিল – মিল
অমিতব্যয়ী – মিতব্যয়ী
অম্ল – ক্ষাৰ
অম্লান – ম্লান
অমৃত – গৰল / বিষ
অমূল্য – মূল্যহীন
অমেধ্য – মেধ্য
অযত্ন – যত্ন
অযুক্তি – যুক্তি
অযুগুত – যুগুত
অযৌগিক – যৌগিক
অৰুচি – ৰুচি
অৰূপ – ৰূপ
অৰাজনৈতিক – ৰাজনৈতিক
অৰ্বাচীন – প্ৰাচীন
অলপ – বেছি / সৰহ
অলীক – বাস্তৱ
অলংঘনীয় – লংঘনীয়
অলৌকিক – লৌকিক
অল্প – প্ৰচুৰ / অধিক
অল্পায়ু – দীৰ্ঘায়ু
অৱনতি – উন্নতি
অৱলম্বন – নিৰৱলম্বন
অৱৰোহণ – আৰোহণ
অৱসাদ – উদ্যম
অৱজ্ঞা – আদৰ / শ্ৰদ্ধা
অৱতল – উত্তল
অশক্ত – শক্ত
অশৰীৰী – শৰীৰী
অশান্ত – শান্ত
অশান্তি – শান্তি
অশালীন – শালীন
অশুচি – শুচি
অশুৱনি – শুৱনি
অশুভ – শুভ
অশেষ – সশেষ
অশ্ৰদ্ধা – শ্ৰদ্ধা
অশ্ৰাব্য – শ্ৰাব্য
অশ্লীল – শ্লীল
অশ্লীলতা – শ্লীলতা
অশিষ্ট – শিষ্ট
অসৎ – সৎ
অসত্য – সত্য
অসন্তোষ – সন্তোষ
অসম – সম
অসমতা – সমতা
অসমৰ্থ – সমৰ্থ
অসম্ভৱ – সম্ভৱ
অসমান – সমান
অসম্পূৰ্ণ – সম্পূৰ্ণ
অসংযত – সংযত
অসংযম – সংযম
অসংৰক্ষিত – সংৰক্ষিত
অসংলগ্ন – সংলগ্ন
অসহায় – সহায়
অসহিষ্ণু – সহিষ্ণু
অসাধু – সাধু
অসামান্য – সামান্য
অসামৰিক – সামৰিক
অসাম্য – সাম্য
অসাৰ্থক – সাৰ্থক
অসাৰুৱা – সাৰুৱা
অসাধ্য – সাধ্য
অসুৰ – সুৰ / দেৱতা
অসুখী – সুখী
অসুস্থ – সুস্থ
অসুবিধা – সুবিধা
অসীম – সসীম
অস্বাভাৱিক – স্বাভাৱিক
অস্বাস্থ্যকৰ – স্বাস্থ্যকৰ
অহংকাৰ – নিৰহংকাৰ
অহিংসা – হিংসা
অক্ষম – সক্ষম
অক্ষমণীয় – ক্ষমণীয়
আ
আঁউসী – পূৰ্ণিমা
আঁতৰ – ওচৰ
আকৰ্ষণ – বিকৰ্ষণ
আকাশ – পাতাল
আটকধুনীয়া – কুন্ধচ
আটিল – সোলোক-ঢোলোক
আটোমটোকাৰী – বিশৃংখল
আচাৰ – অনাচাৰ
আচামী – ফৰিয়াদী / গোচৰীয়া
আচল – নকল
আজি – কালি
আজ্ঞাকাৰী – অবাধ্য
আড়ম্বৰ – অনাড়ম্বৰ
আড়ম্বৰপূৰ্ণ – অনাড়ম্বৰ
আঢ্যৱন্ত – ডালদৰিদ্ৰ
আতিথ্য – অনাতিথ্য
আত্মনিৰ্ভৰশীল – পৰনিৰ্ভৰশীল
আত্মশ্লাঘা – আত্মগ্লানি
আদৰ – অনাদৰ
আদৰণি – বিদায়
আদান – প্ৰদান
আদি – অন্ত
আদৃত – অনাদৃত
আধৰুৱা – সম্পূৰ্ণ
আধুনিক – প্ৰাচীন / পৌৰাণিক
আনন্দ – বিষাদ / নিৰানন্দ
আন্ধাৰ – পোহৰ
আপদ – নিৰাপদ
আপইঁতা – পূৰঠ
আপোন – পৰ
আবতৰ – বতৰ
আবাদী – অনাবাদী
আবৃত – অনাবৃত
আৱাহন – বিসৰ্জন
আৱিৰ্ভাৱ – তিৰোভাৱ
আৱশ্যক – অনাৱশ্যক
আমিৰ – গৰিব
আমিষ – নিৰামিষ
আমিষাহাৰী – নিৰামিষাহাৰী
আমদানী – ৰপ্তানি
আয় – ব্যয়
আয়তী – বিধৱা
আৰম্ভ – শেষ / সমাপ্ত
আৰম্ভণি – সমাপ্তি
আৰোহী – অৱৰোহী
আৰোহণ – অৱৰোহণ
আৰ্দ্ৰ – শুষ্ক
আৰৈ – উখোৱা
আলহী – ঘৰগিৰী
আলোক – অন্ধকাৰ
আশা – নিৰাশা
আশীৰ্বাদ – অভিশাপ
আসক্ত – অনাসক্ত
আসক্তি – অনাশক্তি
আস্থা – অনাস্থা
আস্তিক – নাস্তিক
আহ্লাদ – বিষাদ
আহুকাল – সুচল
ই / ঈ
ইচ্ছা – অনিচ্ছা
ইচ্ছুক – অনিচ্ছুক
ইদানীন্তন – তদানীন্তন
ইপাৰ – সিপাৰ
ইষ্ট – অনিষ্ট
ইহকাল – পৰকাল
ইহলোক – পৰলোক
ঈশ্বৰ – অনীশ্বৰ
উ / ঊ
উচিত – অনুচিত
উচ্চ – নীচ / নিম্ন
উচ্চতা – নিম্নতা
উচ্চাত্মিকা – নীচাত্মিকা
উচ্ছ্বাস – নিৰুচ্ছ্বাস
উজ্জ্ব্বল – অনুজ্জ্বল
উজনি – নামনি
উজু – টান
উগ্র – শান্ত / সৌম্য
উঠন – ভাঙন
উত্থান – পতন
উতপতিয়া – শান্ত
উত্তৰ – প্ৰশ্ন
উত্তৰ – দক্ষিণ
উত্তৰায়ণ – দক্ষিণায়ন
উত্তৰপুৰুষ – পূৰ্বপুৰুষ
উত্তপ্ত – শীতল
উত্তীৰ্ণ – অনুত্তীৰ্ণ
উত্তম – অধম
উৎকৃষ্ট – নিকৃষ্ট
উদয় – অস্ত
উদয়াচল – অস্তাচল
উদাস – বিষয়ী
উদিত – অস্তমিত
উদগ্রীৱ – নিৰুদ্বেগ
উদগতি – অধোগতি
উদাৰ – সংকীৰ্ণ
উদ্যম – অনুদ্যম / অৱসাদ
উদ্যমী – অনুদ্যমী
উন্মুক্ত – আবদ্ধ / আৱদ্ধ
উন্মেষ – নিমেষ
উপকাৰ – অপকাৰ
উপকাৰী – অপকাৰী
উপযুক্ত – অনুপযুক্ত
উপযোগী – অনুপযোগী
উপপথ – ঘাইপথ
উপস্থিত – অনুপস্থিত
উপসংহাৰ – অৱতৰণিকা
উভৈনদী – অভাৱ
উমৈহতীয়া – গাইগুটীয়া
উৰ্বৰ – অনুৰ্বৰ
উৰুঙা – উখল-মাখল
উল্লিখিত – নিম্নলিখিত
উষ্ণ – শীতল
উষ্ণতা – শীতলতা
উশাহ – নিশাহ
ঊৰ্ধ্ব – অধঃ
ঊৰ্ধ্বগতি – অধোগতি
ঊৰ্ধ্বচাপ – নিম্নচাপ
ঊৰ্ধ্বতন – নিম্নতন / তলতীয়া
ঋ / এ / ঐ / ও / ঔ
ঋণী – অঋণী
ঋণাত্মক – ধনাত্মক
একগোট – ছিন্নভিন্ন / বিভক্ত
একক – যৌথ / দলীয়
এককোষী – বহুকোষী
একত্ব – বহুত্ব
একমুখী – বহুমুখী
এঁৱা – দৈ
এতিয়া – তেতিয়া
এলাহ – যত্ন / অধ্যৱসায়
এলাগী – লাগী
ঐতিহাসিক – অনৈতিহাসিক
ঐকমত্য – মতদ্বৈধ
ঐক্য – অনৈক্য
ঐচ্ছিক – আবশ্যিক / অনৈচ্ছিক
ঐহিক – পাৰলৌকিক
ওখ – চাপৰ
ওচৰ – দূৰ / আঁতৰ
ওৰ – অনন্ত / আৰম্ভণি
ওপৰ – তল
ওপৰত – তলত
ওলোৱা – সোমোৱা
ঔচিত্য – অনৌচিত্য
ক
ককৰ্থনা – প্ৰশংসা
কঠিন – সহজ / কোমল
কঠোৰ – কোমল
কনিষ্ঠ – জ্যেষ্ঠ
কদাচাৰ – সদাচাৰ
কন্যা – পুত্ৰ
কপাল – অদৃষ্ট
কপট – অকপট
কপটীয়া – সৰল / অকপটীয়া
কম্পিত – অকম্পিত
কম – বেছি / সৰহ
কৰ্তব্য – অকৰ্তব্য
কৰ্তৃত্ব – অকৰ্তৃত্ব
কৰযুক্ত – কৰমুক্ত
কৰ্কশ – মিহি / শুৱলা
কৰ্ম – অকৰ্ম
কৰ্মেন্দ্ৰিয় – জ্ঞানেন্দ্ৰিয়
কৰাইচ – খৰচী
কলঙ্ক – নিষ্কলঙ্ক
কলা – বগা
কলী – বগী
কল্যাণ – অকল্যাণ
কল্পনা – বাস্তৱ
কাল্পনিক – বাস্তৱিক
কাপুৰুষ – সাহসী / পুৰুষ
কুনাম – সুনাম
কুপথ – সুপথ
কুপৰিবাহী – সুপৰিবাহী
কুফল – সুফল
কুবচন – সুবচন
কুৰুচি – সুৰুচি
কুৰূপ – সুৰূপ
কুলক্ষণ – সুলক্ষণ
কুলক্ষণী – সুলক্ষণী
কুশ্ৰী – সুশ্ৰী
কুখ্যাত – সুখ্যাত
কুখ্যাতি – সুখ্যাতি
কুটিল – সৰল
কুন্ধচ – শুৱনি
কুমেৰু – সুমেৰু
কুৎসা – প্ৰশংসা
কুৎসিত – ধুনীয়া / সুন্দৰ
কৃতকাৰ্য – অকৃতকাৰ্য
কৃতজ্ঞ – অকৃতজ্ঞ / কৃতঘ্ন
কৃপণ – খৰচী / দাতা
কৃপাহীন – কৃপাময়
কৃশ – স্থূল
কৃষ্ণাঙ্গ – শ্বেতাঙ্গ
কৃষ্ণপক্ষ – শুক্লপক্ষ
কেঁচা – পকা
কেঁকুৰি – পোন
কোলাহল – নিস্তব্ধতা
ক্ৰয় – বিক্ৰয়
ক্ৰেতা – বিক্ৰেতা
ক্লান্ত – অক্লান্ত
ক্ষমা – প্ৰতিশোধ / দণ্ড
ক্ষয় – বৃদ্ধি
ক্ষয়িষ্ণু – বৰ্ধিষ্ণু
ক্ষিপ্ৰ – মন্থৰ
ক্ষিপ্ৰতা – মন্থৰতা
ক্ষুদ্ৰ – বৃহৎ
ক্ষুদ্ৰাকাৰ – বৃহদাকাৰ
ক্ষুদ্ৰায়তন – বৃহদায়তন
ক্ষুধাতুৰ – ক্ষুধাহীন
খ
খণ্ড – অখণ্ড
খণ্ডিত – অখণ্ডিত
খণ্ডবাক্য – পূৰ্ণবাক্য
খণ্ডগ্ৰাস – পূৰ্ণগ্ৰাস
খত – জমা
খহটা – মিহি
খং – ৰং
খঙাল – ৰঙিয়াল
খৰ – ধীৰ
খৰখেদা – লাহে-ধীৰে / মন্থৰ
খৰচ – জমা
খৰচী – মিতব্যয়ী
খৰতকীয়া – লেহেমীয়া
খৰালি – বাৰিষা
খলনায়ক – নায়ক
খাঁটি – ভেজাল
খাদ্য – অখাদ্য
খান্দ – পুত
খালী – ভৰ্তি
খাল – বাম
খাৰিফ শস্য – ৰবি শস্য
খীণ – শকত
খীণকায় – স্থূলকায়
খুচুৰা – পাইকাৰী
খুৰা – খুৰী
খোলা – বন্ধ
খ্যাত – অখ্যাত
খ্যাতি – অখ্যাতি
গ
গগন – পাতাল
গদ্য – পদ্য
গধূলি – পুৱা
গধুৰ – পাতল
গভীৰ – তৰাং
গমন – আগমন
গম্য – অগম্য
গম্ভীৰ – চঞ্চল
গহীন – চঞ্চল / পাতল
গৰম – ঠাণ্ডা / চেঁচা
গৰল – অমৃত
গৰিষ্ঠ – লঘিষ্ঠ
গৰিহণা – প্ৰশংসা
গৰ্হিত – প্ৰশংসনীয়
গলগ্ৰহ – নিৰ্ভৰহীন
গা-গধুৰ – গা-পাতল
গাই – বলদ
গায়ক – গায়িকা
গাভৰু – ডেকা
গাঁও – নগৰ
গাঁৱলীয়া – চহৰীয়া
গিৰীহঁত – গিৰীহঁতনী
গিৰীয়েক – ঘৈণিয়েক
গুণ – দোষ
গুণী – নিৰ্গুণী
গুণফল – ভাগফল
গুপ্ত – ব্যক্ত / মুক্ত
গুৰু – লঘু / শিষ্য
গুৰুত্ব – লঘুত্ব
গুৰি – আগ
গৃহস্থ – সন্ন্যাসী
গোচৰীয়া – পদকীয়া
গোটা – চেপেটা
গোপন – প্ৰকাশ
গোপনীয় – অগোপনীয়
গোমা – ফৰকাল
গৌণ – মুখ্য
গৌৰ – শ্যাম
গৌৰৱ – অগৌৰৱ
গতি – স্থিতি
গতিশক্তি – স্থিতিশক্তি
গতিশীল – স্থিতিশীল
গ্ৰহ – নক্ষত্ৰ
গ্ৰহণ – বৰ্জন / ত্যাগ
গ্ৰহণীয় – বৰ্জনীয়
গ্ৰহীতা – দাতা
গ্ৰাহ্য – বৰ্জ্য
গ্ৰামাঞ্চল – নগৰাঞ্চল
গ্ৰীষ্ম – শীত
গ্ৰীষ্মকাল – শীতকাল
গ্লানি – যশস্যা
ঘ
ঘাটতি – ৰাহি
ঘন – পাতল / সেৰেঙা
ঘৰচীয়া – বনৰীয়া
ঘাই – উপ
ঘাইপথ – উপপথ
ঘাতক – ৰক্ষক
ঘিণ – চেনেহ / মৰম
ঘৃণা – প্ৰেম / ভক্তি
ঘোষ – অঘোষ
চ / ছ
চঞ্চল – স্থিৰ / ধীৰ
চনকা – লিকটীয়া
চৰম – নৰম
চৰ্ব্য – পেয়
চৰকাৰী – বেচৰকাৰী
চৰিত্ৰৱান – চৰিত্ৰহীন
চল – অচল
চতুৰ – হোজা / বোকা
চন্দ্ৰ – সূৰ্য
চাফা – লেতেৰা
চাপৰ – ওখ
চামিল – বহিষ্কাৰ
চহকী – দুখীয়া
চাকৰ – মালিক
চিনাকি – অচিনাকি
চিন্তিত – চিন্তাহীন / চিন্তামুক্ত
চিজিল – বেচিজিল
চিৰকুমাৰ – বিবাহিত
চিৰবিচ্ছেদ – চিৰলগৰী
চিপচিপীয়া – দোপালপিটা
চুটি – ওখ / দীঘল
চেঁচা – তপত
চেঁচুকীয়া – ৰ'দঘাই
চেতন – অচেতন / জড়
চোকা – ভোটা
ছঁয়াময়া – ফটফটীয়া
ছাত্ৰ – ছাত্ৰী
ছপা – মেলা
ছহিদ – দেশদ্ৰোহী
ছাঁ – পোহৰ
ছিদ্ৰ – নিচ্ছিদ্ৰ / নিছিদ্ৰ
ছোৱালী – ল'ৰা
জ / ঝ
জঁয়পৰা – সতেজ
জপাই – মেলি
জমা – খৰচ
জমীদাৰ – প্ৰজা
জয় – পৰাজয়
জল – স্থল
জলচৰ – স্থলচৰ
জলজ – স্থলজ
জলপথ – স্থলপথ
জলবতাহ – স্থলবতাহ
জনাকীৰ্ণ – জনশূন্য
জনপ্ৰিয় – অজনপ্ৰিয়
জন্ম – মৃত্যু / মৰণ
জাগৰণ – নিদ্ৰা / শয়ন
জাগ্ৰত – সুপ্ত
জাজ্বল্যমান – তমসাচ্ছন্ন
জাৰ – জহ
জাৰকালি – জহকালি
জিন্দাবাদ – মুৰ্দাবাদ
জিকা – হৰা
জীয়ন্ত – মৃত
জীৱন্ত – মৃত
জীৱন – মৰণ / মৃত্যু
জীৱিত – মৃত
জীৱ – জড়
জীৱাত্মা – পৰমাত্মা
জ্যেষ্ঠ – কনিষ্ঠ
জ্ঞাতা – অজ্ঞাতা
জ্ঞাত – অজ্ঞাত
জ্ঞান – অজ্ঞান
জ্ঞানী – মূৰ্খ
জ্ঞানবান – অজ্ঞানী
জটিল – সৰল
জড় – জীৱ / চেতন
জড়জগৎ – জীৱজগৎ
জোখ – অজোখ
জোৱায়েক – জীয়েক
ট / ঠ / ড / ঢ
টকটকীয়া – মেমেকা
টান – ঢিলা / উজু
টেঙৰ – অজলা / হোজা
টেটেৰা – নোদোকা
ঠাণ্ডা – গৰম
ঠেক – বহল
ঠিক – বেঠিক
ডাঙৰ – সৰু
ডাঠ – পাতল
ডাৱৰীয়া – ফৰকাল
ডিম্বাণু – শুক্ৰাণু
ডেকা – বুঢ়া
ডেকেৰী – বুঢ়ী
ঢিলা – টান
ত / থ
তপত – চেঁচা / শীতল
তৰাং – গভীৰ
তৰুণ – তৰুণী / বৃদ্ধ
তৰল – ঘন / ডাঠ
তল – ওপৰ
তাকৰ – সৰহ
তাকৰীয়া – সৰহীয়া
তাত – ইয়াত
তিৰস্কাৰ – পুৰস্কাৰ
তিৰোভাৱ – আৱিৰ্ভাৱ
তিমিৰ – প্ৰভা / পোহৰ
তিতা – মিঠা / শুকান
তীক্ষ্ণ – ভোঁতা
তীখৰ – হেবাং
তুষ্ট – বিতুষ্ট / অসন্তুষ্ট
তুলনীয় – অতুলনীয়
তৃপ্ত – অতৃপ্ত
তৃপ্তি – অতৃপ্তি
তৃণভোজী – মাংসভোজী
তৃণাহাৰী – মাংসাহাৰী
তেজস্বী – নিস্তেজ
ত্যাগ – গ্ৰহণ
থকা – নথকা
থলুৱা – আমদানি / চালানী
থিয় – পথালি
থিয়চকুৱা – পথালিচকুৱা
দ / ধ
দণ্ড – পুৰস্কাৰ / ক্ষমা
দণ্ডনীয় – ক্ষমাৰ্হ
দ – বাম
দয়াময় – নিৰ্দয়
দয়ালু – নিৰ্দয় / নিষ্ঠুৰ
দাতা – গ্ৰহীতা / কৃপণ
দাম্ভিক – বিনয়ী
দায়বদ্ধ – মুক্ত
দাৰক – দাৰিকা
দিন – ৰাতি
দিঠক – সপোন
দীঘল – চুটি
দীঘ – বাণি
দীপ্ত – ম্লান
দীৰ্ঘ – হ্ৰস্ব
দীৰ্ঘম্যাদী – হ্ৰস্বম্যাদী
দুখ – সুখ
দুখীয়া – চহকী / ধনী
দুৰ্বল – সবল / শক্তিশালী
দুৰ্লভ – সুলভ
দুৰ্বহ – সুবহ
দুৰ্গম – সুগম
দুৰ্জন – সজ্জন
দুৰ্ভাগ্য – সৌভাগ্য
দুৰ্ভেদ্য – সুভেদ্য
দুৰ্বোধ্য – সুবোধ্য
দুৰ্বুদ্ধি – সুবুদ্ধি
দুৰ্গন্ধ – সুগন্ধ
দুৰ্নাম – সুনাম
দুৰ্নীতি – সুনীতি
দুৰ্বলতা – সবলতা
দৃশ্য – অদৃশ্য
দৃষ্টিহীন – দৃষ্টিসম্পন্ন
দেৱতা – অসুৰ / দানৱ
দেনা – পাওনা
দেওৰ – ননদ
দেশপ্ৰেমিক – দেশদ্ৰোহী
দৈহিক – মানসিক
দ্ৰুত – মন্থৰ
ধনী – দুখীয়া / নিৰ্ধন
ধৰ্ম – অধৰ্ম
ধাৰ্মিক – অধাৰ্মিক
ধৰ্মী – অধৰ্মী
ধাতু – অধাতু
ধীৰ – চঞ্চল
ধোঁৱাখুলীয়া – মিতব্যয়ী
ধ্বংস – সৃষ্টি
ধ্বংসকাৰী – সৃষ্টিকাৰী
ধ্বংসমুখী – সৃষ্টিমুখী
ধ্বংসাত্মক – সৃজনাত্মক
ধৈৰ্য – অধৈৰ্য
ন
নতুন – পুৰণি
নবীন – প্ৰবীণ
নগদ – বাকী
নম্ৰ – উদ্ধত
নৰক – স্বৰ্গ
নৰম – কঠিন / চৰম
নষ্ট – সুৰক্ষিত
নাৰী – পুৰুষ
নাস্তিক – আস্তিক
নামনি – উজনি
নামী – বেনামী
নায়ক – খলনায়ক
নিকট – নিলগ / দূৰ
নিকটৱৰ্তী – দূৰৱৰ্তী
নিজৰ – পৰৰ
নিত্য – অনিত্য
নিদ্ৰা – জাগৰণ
নিন্দা – প্ৰশংসা
নিপুণ – অপটু
নিবোধ – বুদ্ধিয়ক
নিমন্ত্ৰিত – অনিমন্ত্ৰিত
নিৰপেক্ষ – সাপেক্ষ
নিৰমল – মলিন
নিৰ্মল – মলিন
নিৰ্মিত – অনিৰ্মিত
নিৰাপদ – বিপদজনক
নিৰাকাৰ – সাকাৰ
নিৰাশা – আশা
নিৰানন্দ – আনন্দ
নিৰস – ৰসাল
নিৰীহ – হিংস্ৰ
নিৰ্দোষী – দোষী
নিৰ্দয় – সদয়
নিৰ্ভয় – ভয় / ভীত
নিৰ্ভীক – ভীৰু
নিৰ্জীৱ – সজীৱ
নিৰক্ষৰ – সাক্ষৰ
নিৰস্ত্ৰ – সশস্ত্ৰ
নিৰুদ্বিগ্ন – উদ্বিগ্ন
নিৰুৎসাহ – উৎসাহ / প্ৰেৰণা
নিৰোগী – ৰোগী
নিৰ্বাহ – অনিৰ্বাহ
নিৰ্বাচন – মনোনয়ন
নিৰ্বাণ – অনিৰ্বাণ
নিষ্ঠুৰ – দয়ালু / কোমল
নিশ্চিত – অনিশ্চিত
নিশ্চিন্ত – চিন্তিত
নিষ্কাম – সকাম
নিষ্ক্ৰিয় – সক্ৰিয়
নিষ্পাপ – পাপী
নিষ্ফল – সফল / সাম্ফল
নিস্তেজ – সতেজ
নিঃশব্দ – সশব্দ
নীচ – উচ্চ
নীতি – অনীতি
নীৰৱ – সৰৱ
ন্যায় – অন্যায়
প / ফ
পকা – কেঁচা
পচন্দ – অপচন্দ
পণ্ড – সফল
পণ্ডিত – মূৰ্খ
পতন – উত্থান
পতি – পত্নী
পথ – অপথ
পথ্য – অপথ্য
পঠন – লিখন
পঠিত – অপঠিত / লিখিত
পদবী – পদচ্যুত
পদত্যাগ – পদগ্ৰহণ
পদ্য – গদ্য
পৰ – আপোন
পৰকাল – ইহকাল
পৰজীৱী – স্বজীৱী
পৰাধীন – স্বাধীন
পৰাধীনতা – স্বাধীনতা
পৰনিৰ্ভৰশীল – আত্মনিৰ্ভৰশীল
পৰম্পৰা – আধুনিকতা
পৰিপক্ক – অপৰিপক্ক
পৰিপুষ্ট – অপৰিপুষ্ট
পৰিপাটি – অপৰিপাটি
পৰিবৃত – অনাবৃত
পৰিশ্ৰমী – এলেহুৱা / অপৰিশ্ৰমী
পৰিমিত – অপৰিমিত
পৰিষ্কাৰ – লেতেৰা / অপৰিষ্কাৰ
পৰীক্ষিত – অপৰীক্ষিত
পৰোক্ষ – প্ৰত্যক্ষ
পৱিত্ৰ – অপৱিত্ৰ
পশ্চিম – পূব
পশ্চাৎ – অগ্ৰ
পোহৰ – আন্ধাৰ
পোহনীয়া – বনৰীয়া
পোন – বেঁকা
পোনপটীয়া – আওপটীয়া
পুত্ৰ – কন্যা / জীয়াৰী
পুতেক – জীয়েক
পুণ্য – পাপ
পুৰণি – নতুন
পুৰস্কাৰ – তিৰস্কাৰ / শাস্তি
পুৰুষ – নাৰী / তিৰোতা
পূব – পশ্চিম
পূৰ্ব – অপৰ / পশ্চিম
পূৰ্বাহ্ণ – অপৰাহ্ণ
পূৰ্বজন্ম – পৰজন্ম
পূৰ্ববৰ্তী – পৰৱৰ্তী
পূৰ্ণ – অপূৰ্ণ / শূন্য
পূৰ্ণিমা – অমাৱস্যা
প্ৰকাশ – গোপন / অপ্ৰকাশ
প্ৰকৃতিস্থ – অপ্ৰকৃতিস্থ
প্ৰকৃষ্ট – নিকৃষ্ট
প্ৰকাণ্ড – ক্ষুদ্ৰ / সৰু
প্ৰচুৰ – অল্প / কিঞ্চিৎ
প্ৰজ্বলিত – নিৰ্বাপিত
প্ৰজা – ৰজা
প্ৰতিবাদ – সমৰ্থন
প্ৰতিকূল – অনুকূল
প্ৰতিযোগিতা – সহযোগিতা
প্ৰত্যক্ষ – পৰোক্ষ
প্ৰথম – শেষ
প্ৰধান – অপ্ৰধান
প্ৰবল – দুৰ্বল
প্ৰভাত – সন্ধ্যা
প্ৰৱেশ – প্ৰস্থান
প্ৰবৃত্তি – নিবৃত্তি
প্ৰশংসা – নিন্দা
প্ৰশান্ত – অশান্ত
প্ৰসন্ন – বিষণ্ণ
প্ৰসন্নতা – বিষণ্ণতা
প্ৰসাৰণ – সংকোচন
প্ৰাচীন – নবীন / আধুনিক
প্ৰাচ্য – পাশ্চাত্য
প্ৰাণহীন – সজীৱ
প্ৰাণী – উদ্ভিদ
প্ৰেম – ঘৃণা
প্ৰেৰক – প্ৰাপক
প্ৰেৰণ – গ্ৰহণ
ফৰকাল – ডাৱৰীয়া / গোমা
ব / ভ
বগা – ক'লা
বলী – দুৰ্বল / নিৰ্বলী
বৰ – সৰু / কন্যা / শাপ
বৰ্জন – গ্ৰহণ
বৰ্জনীয় – গ্ৰহণীয়
বৰ্ধক – হ্ৰাসক
বৰখাস্ত – নিযুক্তি
বৰ্তমান – অতীত / ভৱিষ্যৎ
বিনীত – উদ্ধত
বিনয় – অহংকাৰ / গৰ্ব
বিনাশ – স্ৰজন
বিপন্ন – নিৰাপদ
বিপদ – সম্পদ
বিবাদী – বাদী
বিভক্ত – অবিভক্ত
বিমল – মলিন
বিয়োগ – যোগ
বিৰল – সুলভ
বিৰহ – মিলন
বিশৃঙ্খল – সুশৃঙ্খল
বিশুদ্ধ – অবিশুদ্ধ / মিশ্ৰিত
বিশেষ – সাধাৰণ
বিশ্বাস – অবিশ্বাস
বিশ্বাসী – অবিশ্বাসী
বিশ্বাসঘাতক – বিশ্বাসভাজন
বিষাদ – হৰ্ষ / আনন্দ
বিষম – সম
বিস্তীৰ্ণ – সংকীৰ্ণ
বিস্তৃত – সংক্ষিপ্ত
বৃহং / বৃহৎ – ক্ষুদ্ৰ
বেয়া – ভাল
বেৰসিক – ৰসিক
ব্যক্ত – গুপ্ত
ব্যক্তিগত – ৰাজহুৱা
ব্যষ্টি – সমষ্টি
ব্যয় – আয়
বৰ্তমান – অতীত
ভগ্ন – অক্ষত
ভক্তি – অভক্তি / ঘৃণা
ভগৱান – ভক্ত
ভদ্ৰ – অভদ্ৰ
ভয় – সাহস / নিৰ্ভয়
ভয়াতুৰ – সাহসী
ভৰ্তি – খালী
ভাল – বেয়া
ভাবী – অতীত
ভাৰাক্ৰান্ত – লঘুচিত্ত
ভীৰু – সাহসী / নিৰ্ভীক
ভূক্ত – অভুক্ত
ভূত – ভৱিষ্যৎ
ভেদ – অভেদ
ভ্ৰষ্ট – অভ্ৰষ্ট
ম
মঙ্গল – অমঙ্গল
মজবুত – ঠুনকা
মৰণ – জীৱন / জনম
মৰদ – তিৰী
মৰা – জীয়া
মৰমিয়াল – নিষ্ঠুৰ / নিৰমৰমিয়াল
মন্থৰ – ক্ষিপ্ৰ / দ্ৰুত
মন্থৰতা – ক্ষিপ্ৰতা
ম্লান – অম্লান / উজ্জ্বল
মান – অপমান
মানৱ – দানৱ
মান্য – অমান্য
মায়া – নিৰ্মায়া
মাৰ্জিত – অমাৰ্জিত
মিতব্যয়ী – অমিতব্যয়ী / ধোঁৱাখুলীয়া
মিত্ৰ – শত্ৰু
মিত্ৰতা – শত্ৰুতা
মিহি – খহটা
মিছা – সঁচা
মিল – অমিল
মিলন – বিৰহ / বিচ্ছেদ
মিলনান্ত – বিয়োগান্ত
মুখৰ – মৌন
মুখ্য – গৌণ
মুক্ত – বন্ধ
মুক্তি – বন্ধন / গ্ৰেপ্তাৰ
মূৰ্খ – পণ্ডিত / জ্ঞানী
মূৰ্ত – বিমূৰ্ত
মূল – শাখা
মূল্যৱান – মূল্যহীন
মেধাৱী – ভোঁতা
মৌন – মুখৰ
মৌলিক – যৌগিক
য / ৰ / ল
যতি – অবিৰাম
যত্ন – অযত্ন / আওকাণ
যশ – অপযশ
যাচক – দাতা
যুক্ত – বিযুক্ত
যুক্তি – অযুক্তি
যুগুত – অযুগুত
যুগ্ম – অযুগ্ম
যোগ – বিয়োগ
যোগান – চাহিদা
যোগ্য – অযোগ্য
যৌৱন – বাৰ্ধক্য
ৰং – বেৰং
ৰক্তাক্ত – অক্ষত
ৰক্ষণশীল – প্ৰগতিশীল
ৰজা – প্ৰজা
ৰসাল – নিৰস
ৰহস্য – প্ৰকাশ
ৰাতি – দিন
ৰুগ্ন – সুস্থ
ৰূপৱান – কুৰূপ
ৰেখাঙ্কিত – নিৰৰেখাঙ্কিত
লঘু – গুৰু
লঘিষ্ট – গৰিষ্ঠ
লভ্য – অলভ্য
লাভ – লোকচান
লাজুক – নিলাজ
লৌকিক – অলৌকিক
ল'ৰা – বুঢ়া / ছোৱালী
শ / ষ / স / হ
শকত – খীণ
শত্ৰু – মিত্ৰ
শত্ৰুতা – বন্ধুত্ব
শয়ন – জাগৰণ
শৰীৰী – অশৰীৰী
শান্ত – অশান্ত
শান্তি – অশান্তি
শাপ – বৰ
শালীন – অশালীন
শাসক – শাসিত
শিক্ষাৰ্থী – শিক্ষক
শিষ্ট – অশিষ্ট
শীঘ্ৰ – বিলম্ব
শীতল – তপত / উষ্ণ
শুকান – কেঁচা / সেমেকা
শুক্ল – কৃষ্ণ
শুচি – অশুচি
শুদ্ধ – অশুদ্ধ / ভুল
শুৱনি – কুৎসিত / অশুৱনি
শুষ্ক – আৰ্দ্ৰ
শুভ – অশুভ
শ্ৰদ্ধা – অশ্ৰদ্ধা / অৱহেলা
শ্ৰব্য – অশ্ৰাব্য
শ্ৰুতিমধুৰ – শ্ৰুতিকটু
শ্ৰোতা – বক্তা
শ্লাঘা – নিন্দা
শ্লীল – অশ্লীল
শ্বেত – শ্যাম / কৃষ্ণ
সংহত – বিচ্ছিন্ন
সংগ্ৰহ – বিতৰণ
সংক্ষেপ – বিস্তাৰ
সংযত – অসংযত
সংযম – অসংযম
সংযোগ – বিয়োগ
সংলগ্ন – অসংলগ্ন
সংকীৰ্ণ – প্ৰশস্ত / উদাৰ
সংকট – নিৰাপত্তা
সঞ্চয় – অপচয়
সতী – অসতী
সত্য – অসত্য / মিথ্যা
সদয় – নিৰ্দয়
সদৰ্থক – নঞৰ্থক
সদাচাৰ – কদাচাৰ
সদ্ব্যৱহাৰ – অপব্যৱহাৰ
সধবা – বিধৱা
সপক্ষ – বিপক্ষ
সফল – বিফল / নিষ্ফল
সফলতা – বিফলতা
সবল – দুৰ্বল
সভ্য – অসভ্য
সম – বিষম
সমৰ্থ – অসমৰ্থ
সমিলমিল – অমিল
সমাপ্ত – আৰম্ভ
সমাপ্তি – আৰম্ভণি
সমীচীন – অসমীচীন
সম্ভৱ – অসম্ভৱ
সন্মান – অপমান
সন্তোষ – অসন্তোষ
সৰল – জটিল / কুটিল
সৰু – ডাঙৰ
সাকাৰ – নিৰাকাৰ
সাক্ষৰ – নিৰক্ষৰ
সাৰ্থক – অসাৰ্থক
সাৰুৱা – অসাৰুৱা
সাধু – অসাধু / চোৰ
সাময়িক – চিৰস্থায়ী
সামৰিক – অসামৰিক
সাম্য – বৈষম্য / অসাম্য
সাহেকী – দেশী
সাহসী – ভয়াতুৰ / ভীৰু
সুগম – দুৰ্গম
সুগন্ধ – দুৰ্গন্ধ
সুকৃতি – দুষ্কৃতি
সুখ – দুখ
সুখ্যাতি – কুখ্যাতি / অখ্যাতি
সুচল – অচল
সুন্দৰ – কুৎসিত
সুন্দৰী – কুৎসিত
সুপথ – কুপথ
সুফল – কুফল
সুমতি – দুৰ্মতি
সুপ্ৰতিষ্ঠিত – অপ্ৰতিষ্ঠিত
সুৰ – অসুৰ
সুযোগ – দুৰ্যোগ
সুলভ – দুৰ্লভ
সুশীল – দুঃশীল
সুসংবাদ – দুঃসংবাদ
সৃষ্টি – প্ৰলয় / ধ্বংস
স্থিৰ – চঞ্চল / অস্থিৰ
স্থিতি – গতি
স্থূল – সূক্ষ্ম / কৃশ
স্থাৱৰ – জংগম / অস্থাৱৰ
স্থায়ী – অস্থায়ী
স্পৃষ্ট – অস্পৃষ্ট
স্পষ্ট – অস্পষ্ট
স্বতন্ত্ৰ – পৰতন্ত্ৰ
স্বভাৱসিদ্ধ – কৃত্ৰিম / অস্বাভাৱিক
স্বৰ্গ – নৰক
স্বদেশী – বিদেশী
স্বাধীন – পৰাধীন
স্বাভাৱিক – অস্বাভাৱিক
স্বাস্থ্যকৰ – অস্বাস্থ্যকৰ
হঁহা – কন্দা
হাঁহি – কান্দোন
হৰণ – পূৰণ
হৰা – জিকা
হৰ্ষ – বিষাদ
হিত – অহিত
হিংসা – অহিংসা / প্ৰেম
হ্ৰাস – বৃদ্ধি
হ্ৰস্ব – দীৰ্ঘ
No comments:
Post a Comment